Hot Posts

6/recent/ticker-posts

KASIJUN Lyrics By AKASH PRITOM and MINAKSHI MADHUPRIYA: NEW ASSAMESE SONG 2022

KASIJUN Lyrics By AKASH PRITOM and MINAKSHI MADHUPRIYA: NEW ASSAMESE SONG 2022


Here is the lyrics of "KASIJUN" Song by AKASH PRITOM & MINAKSHI MADHUPRIYA which is a New Assamese Song. KASIJUN Is a Romantic Assamese Song and Melodious Voice both AKASH PRITOM and MINAKSHI MADHUPRIYA is Mesmerizing. This Song is Written by AKASH PRITOM & ABINASH PRIYAM. While Music is given by AKASH PRITOM. Visit - Songlyricsmedia.com for Latest Song Lyrics. 

KASIJUN
Song :  KASIJUN
Singer : AKASH PRITOM.ABINASH PRIYAM
Music : AKASH PRITOM
Song Writer:AKASH PRITOM.ABINASH PRIYAM

KASIJUN Lyrics 


তোমাৰে ঐ হাঁহিতে দেখো কাঁচিজোন
বাৰে বাৰে প্ৰেমতে পৰি থাকোঁ চোন
মন যায় জানা চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰ চাপি সাৱতি ল'বলে
তুমি চাগে জানাই কিমান ভালেপাওঁ
তোমাৰে দুচকুত নিজকে দেখা পাওঁ

এ হয় হয় তোমাৰ নামত পগলা হ'লো
এ হয় মই তোমাকে বাছি বাছি ল'লো


অ' প্ৰেমৰে দৰিকা বুকুতে আছে যে বৈ
মোৰ কেঁচা কলিজাখন তুমি কাঢ়ি নিলা ঐ
তোমাৰ মিঠা হাঁহিতে উজুটি খালোঁ যে মই
মোৰ বলিয়া যৌৱনক খামুচি ধৰিলা ঐ
মন যায় জানা চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰচাপি সাৱতি ল'বলে
তুমি চাগে জানাই কিমান ভালেপাওঁ
তোমাৰে দুচকুত নিজকে দেখা পাওঁ
এ হয় হয় তোমাৰ নামত পগলা হ'লো
এ হয় মই তোমাকে বাছি বাছি ল'লো


তুমি চালে দুচকুলে নাজানো কি হৈ যায়
একোতে মন নবহে নাজানো কিহে পাই
আধৰোৱা কলিজাখন দিবানে আহি পুৰায়
তোমাৰ পৰা নিদিবা মোকেনো আঁতৰাই
মন যায় জানা চকুত চকু থৈ চাবলে

লাহে লাহে ওচৰচাপি সাৱতি ল'বলে
তুমি চাগে জানাই কিমান ভালেপাওঁ
তোমাৰে দুচকুত নিজকে দেখা পাওঁ
এ হয় হয় তোমাৰ নামত পগলা হ'লো
এ হয় মই তোমাকে বাছি বাছি ল'লো। 

KASIJUN Watch Video


Song credits:

Vocal: AKASH PRITOM,MINAKSHI MADHUPRIYA

Lyrics/Tune: AKASH PRITOM & ABINASH PRIYAM

Music: AKASH PRITOM

Violin : MANZIL

Mix & Mastering : AKASH PRITOM

Guiter : DISHANKAN DEKA

Fulte : ANJAN M EDHI. 

Post a Comment

0 Comments